ষ্টক মার্কেটৰ প্রাথমিক গাইড (Stock Market Guide For Beginners in Assamese)

কেনে লাগিব যদি আপোনালেকে Free ত লাইফটাইমৰ বাবে পেট্ৰল পাই থাকে ??

নিশ্চয় ভালেই লাগিল??


1. ইন্ডিযেন-অইল (IOC)ৰ বৰ্তমান শ্বেয়াৰ মূল্য হ'ল ৭২ টকা ।


2. আপুনি যদি 5000 টা ইন্ডিযেন-অইল (IOC)ৰ শ্বেয়াৰ কিনে, যাৰ মূল্য হ'ব ৩.৬০ লাখ টকা ।


3. ইন্ডিযেন-অইল (IOC) এ প্ৰতি বছৰে ১০% ডিভিডেন্ট দিয়ে।


4. আপোনাৰ ৫০০০ টা শ্বেয়াৰৰ বছৰি ডিভিডেন্ট হ'ব ৩৬,০০০ টকা ।


5. ডিভিডেন্টৰ টকাৰে আপুনি গোটেই বছৰটোৰ বাবে প্ৰতিদিনে ১ লিটাৰকৈ পেট্ৰল পাব।


ইয়াৰ উপৰিও ইন্ডিযেন-অইল (IOC)ৰ শ্বেয়াৰ মূল্য বৃদ্ধি বঢ়িলেও আপোনাৰ লাভ হ'ব।


ভিডিঅ আকাৰে চাওঁক:



অসমীয়াত ষ্টক/শ্বেয়াৰ বজাৰৰ বিষয়ে শিকিবলৈ আমাৰ ইউটিউব চেনেল #Stocks Assam subscribe কৰিব।


আমাক Social mediaFollow কৰিব পাৰিব:

YOUTUBE : STOCKS ASSAM

INSTAGRAM : STOCKS ASSAM

FACEBOOK: STOCKS ASSAM


আমাৰ অসমীয়া Blog পঢ়ি কেনে লাগিল।  আপোনাৰ মতামত Comment কৰি জনাব। ধন্যবাদ। ।








Comments